মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 23, 2022
6:31PM

চিৰিয়াৰ উপকূলত সংঘটিত নাও দুৰ্ঘটনাত ৩৪ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু

AIR
চিৰিয়াৰ উপকূলত সংঘটিত এটা নাও দুৰ্ঘটনাত ৩৪ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন ১৪ জনক দুৰ্ঘটনাৰ পৰা উদ্ধাৰ কৰা হয়। বৰ্তমান টাৰটছৰ এখন চিকিৎসালয়ত উদ্ধাৰকাৰীসকলৰ চিকিৎসা চলি আছে। চিৰিয়া পৰিবহণ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি নাওখনে মহলবাৰে লেবাননৰ উত্তৰৰ মিনয়ে হ অঞ্চলৰ পৰা ১২০-১৫০ জন যাত্ৰীৰে যাত্ৰা আৰম্ভ কৰিছিল। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1