A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Jun 08, 2023
,
7:05PM
গীতাঞ্জলি আয়াৰৰ মৃত্যুত অনুৰাগ সিঙৰ গভীৰ শোক প্ৰকাশ
File Photo
দূৰদৰ্শন আৰু আকাশবাণীৰ ইংৰাজী ভাষাৰ প্ৰথম আৰু শ্ৰেষ্ঠ সংবাদ পৰিৱেশকসকলৰ ভিতৰত অন্যতম গীতাঞ্জলি আয়াৰৰ কালি নতুন দিল্লীত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল ৭৬ বছৰ।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে গীতাঞ্জলি আয়াৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী ঠাকুৰে টুইটাৰযোগে কৈছে যে, প্রয়াত আয়াৰ দূৰদৰ্শন আৰু আকাশবাণীৰ ইংৰাজী ভাষাৰ প্ৰথম আৰু শ্রেষ্ঠ সংবাদ পৰিবেশকসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ কয় যে, গীতাঞ্জলি আয়াৰে স্বকীয় কণ্ঠেৰে সাংবাদিকতাৰ জগতত বিশ্বাসযোগ্যতা আৰু পেছাদাৰিত্বৰ মনোভাবেৰে অমিত চাপ এৰি থৈ গৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত আয়াৰৰ পৰিয়াল আৰু আপোনজনলৈ সমবেদনা জ্ঞাপন কৰিছে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1