মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 08, 2023
8:15PM

কাৰ্বি জনগোষ্ঠীৰ কৃষি সম্পৰ্কীয় উৎসৱ উদযাপন

AIR
কাৰ্বি জনগোষ্ঠীৰ কৃষি সম্পৰ্কীয় উৎসৱ ৰেকপি ৰংকেৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ কপিলী নৈৰ পাৰত উদযাপন কৰা হৈছে। এই উৎসৱত জনগোষ্ঠীটোৱে ধন ঐশ্বর্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ আৰ্থনা কৰি কঠিয়া আগবঢ়ায়। পূজাৰ শেষত কৃষি কাৰ্য সম্পাদন কৰাৰ বাবে কৃষকসকলৰ মাজত এই কঠিয়া পৰম্পৰাগতভাৱে বিতৰণ কৰা হয়। খেতিয়কসকলে সেই কঠিয়া আন কঠিয়াৰ লগত মিহলাই খেতি কৰিলে উৎপাদন ভাল হয় বুলি বিশ্বাস কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1