A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Jun 08, 2023
,
6:17PM
আন্তর্জাতিক যোগ মহোৎসৱত বাংলাদেশৰ ছজনীয়া যোগ চর্চা দলৰ অংশগ্রহণ
AIR Pics
কাঠমাণ্ডুত আজিৰ পৰা ১০ জুনলৈ অনুষ্ঠিত আন্তর্জাতিক যোগ মহোৎসৱত বাংলাদেশৰ এটা ছজনীয়া যোগ চর্চা দলে অংশগ্রহণ কৰিছে। তেওঁলোকে দ্বিতীয় মাউন্ট এভাৰেষ্ট আন্তর্জাতিক যোগ চেম্পিয়নশ্বিপ আৰু তৃতীয় দক্ষিণ এছিয়া যোগ ক্রীড়া চেম্পিয়নশ্বিপত ভাগ লৈছে। ভাৰত, বাংলাদেশ, নেপাল, ভূটান, পাকিস্তান, আফগানিস্তান, শ্রীলংকা আৰু মালদ্বীপকে ধৰি দক্ষিণ এছিয়াৰ ৮ খন দেশে এই যোগ ক্রীড়া প্রতিযোগিতা দুখনত অংশগ্ৰহণ কৰিছে। নেপাল যোগ আৰু প্ৰাকৃতিক নিদান সংস্থাই এই আন্তঃৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপৰ আয়োজন কৰিছে।
আনুসংগিক বাতৰি
ভূপালত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1