মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 03, 2021
6:22PM

আই পি এল ২০২১ - আজিৰ খেল 'কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ'

@IPL

        আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি হ’ব। 

        আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাৱ কিংছক ৭ উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছক পঞ্জাব কিংছে নিৰ্ধাৰণ কৰি দিয়া ১৬৭ ৰানৰ জয়ৰ লক্ষ্যৰে খেলি দলটোৱে ১৭ অভাৰ আৰু ৪ টা বলত ৩ টা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয়।

        ইপিনে, দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আনখন খেলত ৰাজস্থান ৰয়েলছে ৫৫ ৰানৰ ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি আই পি এলৰ চতুৰ্দশ শৃংখলাত তৃতীয় জয় সাব্যস্ত কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8