মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:41PM

অহা ১৬ অক্টোবৰত অনুষ্ঠিত হ’ব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাতৰি সম্পাদক আৰু বাতৰি পৰিৱেশকৰ পৰীক্ষা

AIR
আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগৰ বাবে অংশকালীন বাতৰি সম্পাদক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক বাছনিৰ বাবে অহা ১৬ অক্টোবৰত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পৰীক্ষা অনুষ্ঠিত হ'ব। অংশকালীন বাতৰি পৰিৱেশক তথা অনুবাদকৰ বাবে দিনৰ ১০ বজাৰ পৰা ১ বজালৈ আৰু বাতৰি সম্পাদকৰ বাবে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা আগেয়ে পোৱাকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ কোৱা হৈছে। পৰীক্ষাৰ্থীসকলে এই সন্দৰ্ভত বিতং তথ্যৰ বাবে newsonair.gov.in আৰু prasharbharati.gov.in বেৱচাইট চাব পাৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1