A-
A
A+
সৰ্বশেষ :
Sep 24 2023 9:38PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
২ লাখ নিবনুৱাক আত্মসংস্থাপনৰ সুবিধা প্ৰদানৰ কাৰণে মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শর্মাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩ৰ শুভাৰম্ভ
          
শিশু শিক্ষাৰ বাবে নাইনিতালৰ নজিৰবিহীন ঘোঁৰা পুথিভঁড়ালৰৰ মন কি বাতত প্ৰধানমন্ত্ৰীৰ শলাগ
          
বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন অহা বছৰ ফেব্ৰুৱাৰী মাহত হ'বঃ মুখ্যমন্ত্ৰী
          
ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ ৯ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ
          
দেশত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পোৱাক লৈ প্রধানমন্ত্রীৰ সন্তুষ্টি প্রকাশ
          
Oct 05, 2022
,
7:41PM
অহা ১৬ অক্টোবৰত অনুষ্ঠিত হ’ব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাতৰি সম্পাদক আৰু বাতৰি পৰিৱেশকৰ পৰীক্ষা
AIR
আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগৰ বাবে অংশকালীন বাতৰি সম্পাদক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক বাছনিৰ বাবে অহা ১৬ অক্টোবৰত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পৰীক্ষা অনুষ্ঠিত হ'ব। অংশকালীন বাতৰি পৰিৱেশক তথা অনুবাদকৰ বাবে দিনৰ ১০ বজাৰ পৰা ১ বজালৈ আৰু বাতৰি সম্পাদকৰ বাবে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা আগেয়ে পোৱাকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ কোৱা হৈছে। পৰীক্ষাৰ্থীসকলে এই সন্দৰ্ভত বিতং তথ্যৰ বাবে
newsonair.gov.in
আৰু
prasharbharati.gov.in
বেৱচাইট চাব পাৰে।
আনুসংগিক বাতৰি
বনগীতৰ বিশিষ্ট শিল্পী তথা গীতিকাৰ আৰু সুৰকাৰ অৰবিন্দ পাঠকৰ মৃত্যু
আকাশবাণীৰ কোনো কেন্দ্ৰ বন্ধ কৰি দিয়া নহয়
দেশৰ কোনো ঠাইতে বন্ধ নহয় আকাশবাণীৰ কেন্দ্ৰ
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ কোৱিড-১৯ বিশেষ ফোন-ইন কাৰ্যসূচী
দেশজুৰি এক ভাৰত, শ্ৰেষ্ট ভাৰত অভিযান অব্যাহত
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্য্যবাহী নৰশ্বৰ চৈনাৰীৰ দেহাৱসান
ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা বৈঠক
কাৰ্বি আংলং জিলাৰ ডিলাইত আৰক্ষীৰ অভিযানত নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ
ৰাজ্যত কোৱিড সন্দৰ্ভত নতুন নিৰ্দেশনাসমূহ আজি পুৱাৰ পৰা বলবৎ
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বানৰ সময়ত আশ্ৰয় শিবিৰৰ পৰিৱৰ্তে অন্য ঠাইত আশ্ৰয় গ্ৰহণ কৰা লোকলৈ কোৱিড সম্পৰ্কীয় নীতি-নিয়ম
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1