মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Apr 15, 2021
6:34PM

অলিম্পিক চেম্পিয়নৰ বিৰুদ্ধে বিউনচ এয়াৰচত ভাৰতীয় হকী দলৰ বিজয় সাব্যস্ত

File Photo
বিউনচ এয়াৰচত আজি ভাৰতীয় হকী দলটোৱে অলিম্পিক চেম্পিয়নৰ বিৰুদ্ধে খেলা চতুৰ্থ আৰু চূড়ান্ত অনুশীলনী মেচত ৪-৩, ৪-২ৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি আৰ্জেণ্টিনা ভ্ৰমণৰ সামৰণি মাৰে। ভাৰতৰ হৈ ৰূপিন্দৰ পাল সিং, জচকৰণ সিং, শ্বিলানন্দ লাক্সা আৰু সুৰেন্দৰ কুমাৰে গ’ল দিয়াৰ বিপৰীতে লিয়ানদ্ৰ’ ট’লিনি আৰু পেদ্ৰ’ ইবাৰাই আৰ্জেণ্টিনাৰ হৈ গ’ল দিয়ে। উল্লেখযোগ্য যে, বিউনচ এয়াৰচত অনুষ্ঠিত এফ আই এইচ হকী প্ৰ’ লীগৰ ২ খন খেলতো ভাৰতীয় দলটোৱে আৰ্জেণ্টিনাক ৩-২ আৰু ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8