মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jun 23, 2021
6:39PM

আজি অললিম্পিক দিৱস, প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা

@SPORTS
আজি অললিম্পিক দিৱস। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা টুইট বাৰ্তা যোগে বিভিন্ন অলিম্পিক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক প্ৰশংসা কৰাৰ লগতে খেলুৱৈসকলৰ প্ৰতি সন্মান জনায়। শ্ৰীমোডীয়ে কয় যে, ক্ৰীড়াৰ ক্ষেত্ৰখনত আৰু অন্য এথলীটসকলক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত এই খেলুৱৈসকলৰ যোগদানক লৈ তেওঁ গৰ্ব কৰে। তেওঁ কয় যে, কেইসপ্তাহমানৰ পাছতে টকিঅ’ অলিম্পিক আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰীয়ে অলিম্পিকত ভাগ লোৱা দেশসমূহৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1