A-
A
A+
সৰ্বশেষ :
Jun 4 2023 9:33PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা
          
ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
          
কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে
          
ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ
          
হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ
          
Jan 05, 2021
,
6:04PM
সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন
File Photo
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে শ্বিলঙত কালি অসম ৰাইফলচ পাব্লিক স্কুলক খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় হিচাপে উদ্ধোধন কৰে। সম্প্ৰতি সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন জনোৱা হৈছে। ইয়াৰে ৫ খন প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিচালনা কৰে। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত অসম ৰাইফলচ পাব্লিক স্কুলক ক্ৰীড়া বিদ্যালয় হিচাপে ঘোষণা কৰা হয়। এই বিদ্যালয়ৰ মেধা সম্পন্ন খেলুৱৈ ছাত্ৰ-ছাত্ৰী সকলৰ থকা খোৱা, শিক্ষা, প্ৰতিযোগিতা আদি বিভিন্ন খৰছ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। শিক্ষাৰ সৈতে ক্ৰীড়াক আগবঢ়াই নিয়াৰ লগতে ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে এজন খেলুৱৈৰ সৰ্বাংগীন বিকাশ সাধন কৰাই হৈছে খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় স্থাপনৰ মূল উদ্দেশ্যে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1