মুখ্য বাতৰি
প্ৰথমবাৰৰ বাবে ভোটাধিকাৰপ্ৰাপ্ত ভোটদাতাসকলক আসন্ন লোকসভা নিৰ্বাচনত ভোটদানেৰে অভিলেখ গঢি়বলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান            প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে গুজৰাটৰ ওখা মেইন লেণ্ড আৰু বেইট দ্বাৰকা দ্বীপ সংযোগী দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ সুদৰ্শন সেতু            মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ            গাওঁ বা আবাসৰ সমীপলৈ বন্য জীৱ-জন্তু আহিলে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত মোবাইলত সতর্কতা বার্তা লাভৰ ব্যৱস্থাক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা            আসন্ন লোকসভা নিৰ্বাচনৰ বাবে মন কী বাত অনুষ্ঠান পৰৱৰ্তী তিনি মাহ প্ৰচাৰিত নহব           

Dec 30, 2020
5:54PM

ভাৰতে আত্ম-সন্মানত আঘাত হোৱা কোনো কথাই সহ্য নকৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

@DefenceMinIndia
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতে আত্ম-সন্মানত আঘাত হোৱা কোনো কথাই সহ্য নকৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎতকাৰত শ্ৰীসিঙে কয় যে, দেশে নিজৰ মৰ্যদাৰ সৈতে কেতিয়াও আপোচ নকৰে। তেওঁ কয় যে, আমাৰ নম্ৰতাৰ অৰ্থ এইটো নহয় যে আনে আমাৰ আত্ম-সন্মানৰ ওপৰত আঘাত কৰিব আৰু আমি শান্ত হৈ চাই থাকিম। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ সুৰক্ষা নৰেন্দ্ৰ মোদী চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু চৰকাৰে ইয়াৰ বাবে সুৰক্ষা কৰ্মীসকলক সকলো সুবিধা উপলব্ধ কৰাইছে। শ্ৰীসিঙে লগতে কয় যে, ভাৰতে চুবুৰীয়া দেশসমূহৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1