A-
A
A+
সৰ্বশেষ :
Jun 4 2023 9:33PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা
          
ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
          
কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে
          
ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ
          
হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ
          
Dec 16, 2020
,
7:34PM
ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কাৰ্যসূচী
File Photo
দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত সকলো লোককে উৎসাহিত কৰা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ফিক্কিৰ উদ্যোগত আয়োজিত দশম গোলকীয় ক্ৰীড়া শীৰ্ষ সন্মিলনত ভাষণ দি মঙলবাৰে কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে, অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে দেশত এহেজাৰটা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত খেলৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু ইয়াক সঠিকৰূপত ব্যৱহাৰৰ বাবে উদ্যোগ, বাণিজ্য আৰু বিভিন্ন প্ৰতিষ্ঠানক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, বৰ্তমান খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।
আনুসংগিক বাতৰি
খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
ওড়িশাৰ কটকত প্ৰথম খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভ
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ আৰ্চাৰীত সোণৰ পদক অৰ্জন
লজ এঞ্জেলেচ অলিম্পিকৰ পদক তালিকাত শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতৰ প্ৰয়াস অব্যাহত – কিৰেণ ৰিজিজু
কিৰেণ ৰিজিজুৰ অধ্যক্ষতাত খেলো ইণ্ডিয়া আঁচনিৰ প্ৰথমখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত
খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত ৪ বছৰৰ বাবে ৫০০ খন ব্যক্তিগত ক্ৰীড়া অকাডেমিলৈ উদ্গণিমূলক পুঁজিঃ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু
সমগ্ৰ দেশতে খেলো ইণ্ডিয়াৰ এহেজাৰটা ক্ষুদ্ৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰৰ আঁচনি গ্ৰহণ
সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন
চলিত বৰ্ষৰ শেষৰফালে কৰ্ণাটকত অনুস্থিত হ’ব দ্বিতীয় খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা
খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1