A-
A
A+
সৰ্বশেষ :
Dec 2 2023 8:58PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী
          
স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন
          
কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু
          
COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী
          
ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি
          
Dec 15, 2020
,
4:41PM
ফিক্কীৰ বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ
File Photo
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নতুন ধাৰণা অথবা ভাৱধাৰাৰে বিশ্বক নেতৃত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত চীনৰ তুলনাত ভাৰত বহুত আগত আছে। ফিক্কীৰ বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, পূৱ লাডাখৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাই চীনৰ পিপুলছ লিবাৰেছন আৰ্মিৰ সেনা জোৱানসকলৰ সৈতে সম্পূৰ্ণ বীৰত্ব আৰু সাহসেৰে যুঁজি চীনৰ সেনা বাহিনীক ওভতাই পঠিয়াবলৈ সক্ষম হৈছে। চলিত বৰ্ষত ভাৰতীয় সেনাই দেখুওৱা বীৰত্ব আৰু সাহসৰ দ্বাৰা দেশৰ নতুন প্ৰজন্মই গৌৰৱবোধ কৰিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত যেতিয়াই এনেধৰণৰ পৰিস্থিতি সৃষ্টি হয়, তেতিয়া স্বাভাৱিকতে ভাৰত আৰু চীনৰ সামৰিক শক্তিৰ তুলনা প্ৰতিফলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ভাৰত সীমান্তৰ সিপাৰ সন্ত্ৰাসবাদৰ বলী হৈ আহিছে যদিও ভাৰতীয় সেনাই বীৰত্বৰে ইয়াৰ সৈতে যুঁজ দি আহিছে। তেওঁ কয় যে, চৰকাৰে কোৱিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। এই মহামাৰী সময়ত দুৰ্গত আৰু দৰিদ্ৰ লোকসকলক খাদ্য নিৰাপত্তা তথা বিত্তীয় সাহাৰ্য প্ৰদান কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰিছে। শ্ৰীসিঙে কয় যে, এই সময়ছোৱাত দৰিদ্ৰ, শ্ৰমিক তথা ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে ২০ লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত সাহাৰ্য প্ৰদান কৰা হৈছে।
আনুসংগিক বাতৰি
অচিৰেই ১০ গৰাকী প্ৰতিৰক্ষা বিষয়াক নিযুক্তি - ৰাজনাথ সিং
দিল্লীৰ সেনা শিবিৰত থল সেনা ভৱনৰ আধাৰশিলা স্থাপন
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আত্মনিৰ্ভৰ ভাৰত সপ্তাহৰ শুভাৰম্ভ কৰে
আত্মনিৰ্ভৰ ভাৰত অভিযানক উদগণি যোগোৱাৰ উদ্দেশ্যে ১০১ বিধ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ
প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী ৰাজনাথ সিং ৰাছিয়াত উপস্থিত
পূৱ লাডাখৰ সীমান্তত উত্তেজনা কম কৰাৰ বিভিন্ন উপায় সম্পৰ্কে কালি মস্কোত ৰাজনাথ সিঙ আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগহেৰ মাজত আলোচনা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া অভিমুখে ৰাওনা হৈছে
ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত ৰাছিয়াই আগবঢ়োৱা পৰামৰ্শক শ্ৰীৰাজনাথ সিঙৰ প্ৰশংসা
সংবিধান দিৱসত যুৱ ক্লাব উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
ভাৰতে আত্ম-সন্মানত আঘাত হোৱা কোনো কথাই সহ্য নকৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1