A-
A
A+
সৰ্বশেষ :
Dec 2 2023 8:58PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী
          
স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন
          
কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু
          
COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী
          
ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি
          
Nov 18, 2020
,
8:11PM
সংবিধান দিৱসত যুৱ ক্লাব উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
DD NEWS
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সংবিধানে আমাৰ দেশখনক এডাল সূতাৰে বান্ধি থৈছে আৰু এয়া আমাৰ পৰম্পৰা তথা সাংস্কৃতিক ঐতিহ্য। আমাৰ সংবিধানখন ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ভাৰতীয় জনসাধাৰণৰ বাবে বুলি শ্ৰীসিঙে প্ৰকাশ কৰিছে। সংবিধান দিৱসত যুৱ ক্লাব সক্ৰিয়তা উদ্বোধন কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। দেশে অহা সপ্তাহত ষষ্ঠ সংবিধান দিৱস উদযাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে, এই দিৱস হৈছে সংবিধানৰ প্ৰতি আমাৰ বিশ্বাস আৰু আনুগত্যৰ নিদৰ্শন। উল্লেখযোগ্য যে, সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ ১২৫ সংখ্যক জয়ন্তীত ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতি বছৰে সংবিধান দিৱস পালনৰ কথা ঘোষণা কৰিছিল।
আনুসংগিক বাতৰি
অচিৰেই ১০ গৰাকী প্ৰতিৰক্ষা বিষয়াক নিযুক্তি - ৰাজনাথ সিং
দিল্লীৰ সেনা শিবিৰত থল সেনা ভৱনৰ আধাৰশিলা স্থাপন
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আত্মনিৰ্ভৰ ভাৰত সপ্তাহৰ শুভাৰম্ভ কৰে
আত্মনিৰ্ভৰ ভাৰত অভিযানক উদগণি যোগোৱাৰ উদ্দেশ্যে ১০১ বিধ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ
প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী ৰাজনাথ সিং ৰাছিয়াত উপস্থিত
পূৱ লাডাখৰ সীমান্তত উত্তেজনা কম কৰাৰ বিভিন্ন উপায় সম্পৰ্কে কালি মস্কোত ৰাজনাথ সিঙ আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগহেৰ মাজত আলোচনা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া অভিমুখে ৰাওনা হৈছে
ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত ৰাছিয়াই আগবঢ়োৱা পৰামৰ্শক শ্ৰীৰাজনাথ সিঙৰ প্ৰশংসা
ফিক্কীৰ বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ
ভাৰতে আত্ম-সন্মানত আঘাত হোৱা কোনো কথাই সহ্য নকৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1