মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Sep 05, 2020
4:29PM

পূৱ লাডাখৰ সীমান্তত উত্তেজনা কম কৰাৰ বিভিন্ন উপায় সম্পৰ্কে কালি মস্কোত ৰাজনাথ সিঙ আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগহেৰ মাজত আলোচনা

@rajnathsingh
        প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগহেৰ সৈতে পূৱ লাডাখৰ সীমান্তত উত্তেজনা কম কৰাৰ বিভিন্ন উপায় সম্পৰ্কে কালি মস্কোত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ মাজত হোৱা এই আলোচনাত দীৰ্ঘদিন ধৰি চলি সীমা সম্পৰ্কীয় অচলাৱস্থা দূৰ কৰাৰ বিভিন্ন উপায়ৰ বিষয়টোৱে স্থান লাভ কৰে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ অনুৰোধ মৰ্মে এই আলোচনা অনুষ্ঠিত কৰা হয়। শ্ৰীসিং আৰু ৱেই, ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সম্প্ৰতি মস্কোত আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1