A-
A
A+
সৰ্বশেষ :
Jun 4 2023 9:33PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা
          
ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
          
কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে
          
ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ
          
হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ
          
Aug 05, 2020
,
5:36PM
কিৰেণ ৰিজিজুৰ অধ্যক্ষতাত খেলো ইণ্ডিয়া আঁচনিৰ প্ৰথমখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত
File Photo
ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ অধ্যক্ষতাত কালি খেলো ইণ্ডিয়া আঁচনিৰ প্ৰথমখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত ভাষণ দি শ্ৰীৰিজিজুৱে তৃণমূল পৰ্যায়ৰ খেলুৱৈসকলৰ প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাজ্যিক পৰ্যায়ত খেলো ইণ্ডিয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যসমূহক আহ্বান জনায়। তেওঁ কয় যে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ আৰু বিশ্ববিদ্যালয় মহোৎসৱৰ লেখীয়া বাৰ্ষিক প্ৰতিযোগিতাসমূহে প্ৰতিভাৱান খেলুৱৈসকলক বাচি উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয়। মন্ত্ৰীগৰাকীয়ে কয়,যে যিসমূহ ৰাজ্যই ইতিমধ্যে বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে তেওঁলোকে খেলো ইণ্ডিয়া আঁচনিৰ সৈতে সংযুক্ত হ’ব পাৰে আৰু এই ক্ষেত্ৰত কেন্দ্ৰই প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব। তেওঁ কয় যে ভাৰতক ক্ৰীড়াৰ মহাশক্তি হিচাপে গঢ়ি তোলাৰ বাবে পাঁচ বছৰৰ পৰা দহ বছৰৰ বয়সৰ প্ৰতিভাসমূহক চিনাক্ত কৰি তেওঁলোকক ভৱিষ্যতৰ বিজয়ী হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰা প্ৰয়োজন। শ্ৰীৰিজিজুৱে জিলা, খণ্ড আৰু পঞ্চায়ত পৰ্যায়তো এনে ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ৰাজ্যসমূহলৈ আহ্বান জনায়।
আনুসংগিক বাতৰি
খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
ওড়িশাৰ কটকত প্ৰথম খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভ
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ আৰ্চাৰীত সোণৰ পদক অৰ্জন
লজ এঞ্জেলেচ অলিম্পিকৰ পদক তালিকাত শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতৰ প্ৰয়াস অব্যাহত – কিৰেণ ৰিজিজু
খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত ৪ বছৰৰ বাবে ৫০০ খন ব্যক্তিগত ক্ৰীড়া অকাডেমিলৈ উদ্গণিমূলক পুঁজিঃ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু
সমগ্ৰ দেশতে খেলো ইণ্ডিয়াৰ এহেজাৰটা ক্ষুদ্ৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰৰ আঁচনি গ্ৰহণ
ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কাৰ্যসূচী
সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন
চলিত বৰ্ষৰ শেষৰফালে কৰ্ণাটকত অনুস্থিত হ’ব দ্বিতীয় খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা
খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1