A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
May 22, 2020
,
3:30PM
মাজুলীত বান আশ্ৰয় কেন্দ্ৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজি বিতৰণ
@sarbanandsonowal
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাজুলী জিলাৰ চাপৰি অঞ্চল আঁহতগুৰি পৰিদৰ্শন কৰে। দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ জনসাধাৰণে বাৰিষাকালত বিশেষভাৱে উপকৃত হ’ব পৰাকৈ ২২ টা বান আশ্ৰয় কেন্দ্ৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পুঁজি বিতৰণ কৰে। মুখ্যমন্ত্ৰী সোণোৱালে চেচুগুৰিৰ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চাপৰিসমূহত থকা ১৫ খন গাঁও আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চাপৰিৰ ৭ খন গাঁৱৰ প্ৰত্যেককে বাৰিষাত গাঁওবাসীয়ে আশ্ৰয় ল’ব পৰাকৈ উপযুক্ত অনাময় ব্যৱস্থা সংলগ্ন একোটাকৈ বৰ্নাত্য আশ্ৰয় কেন্দ্ৰ তথা সামূহিক গৃহ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰায় ২ কোটি ৩৭ লাখ টকাৰ চেক নিৰ্মাণ সমিতিসমূহক প্ৰদান কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আঁহতগুৰি গাঁও পঞ্চায়তৰ দুখন খহনীয়াগ্ৰস্ত শিক্ষানুষ্ঠান চিচুগুৰিৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয় আৰু মিছামৰাৰ ২ নং চেঙেলীসুঁতি প্ৰাথমিক বিদ্যালয়ৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে প্ৰত্যেককে ৯ লাখ ৯৭ হাজাৰ টকাকৈ অনুদানৰ চেক মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰে। লগতে আঁহতগুৰিৰ বৰুৱাচুক নামঘৰ নিৰ্মাণৰ বাবেও ৩ লাখ টকাৰ অনুদান আগবঢ়ায়।
আনুসংগিক বাতৰি
মাজুলীবাসীক ব্লাড-বেংক উপহাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1