মুখ্য বাতৰি
২ লাখ নিবনুৱাক আত্মসংস্থাপনৰ সুবিধা প্ৰদানৰ কাৰণে মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শর্মাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩ৰ শুভাৰম্ভ            শিশু শিক্ষাৰ বাবে নাইনিতালৰ নজিৰবিহীন ঘোঁৰা পুথিভঁড়ালৰৰ মন কি বাতত প্ৰধানমন্ত্ৰীৰ শলাগ            বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন অহা বছৰ ফেব্ৰুৱাৰী মাহত হ'বঃ মুখ্যমন্ত্ৰী            ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ ৯ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ            দেশত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পোৱাক লৈ প্রধানমন্ত্রীৰ সন্তুষ্টি প্রকাশ           

Apr 27, 2020
5:38PM

ভাৰাঘৰ, ব্যক্তিগত হোষ্টেল আৰু পেয়িং গেষ্টৰ ভাড়া ৫০ শতাংশ ৰেহাই দিবলৈ স্বাস্থ্যমন্ত্ৰীৰ আহ্বান

File Photo

গুৱাহাটী, ডিব্ৰুগড়কে ধৰি বিভিন্ন স্থানত ব্যক্তিগত হোষ্টেলত  থকা আৰু পেয়িং গেষ্ট হিচাপে থকা ছাত্ৰ-ছাত্ৰীসকলক এপ্ৰিল মাহৰ ঘৰভাৰা ৫০ শতাংশ ৰেহাই দিবলৈ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  পেয়িং গেষ্টৰ স্বত্বাধিকাৰীৰ প্ৰতি আহ্বান জনাইছেতেওঁ ভাৰাঘৰৰ মালিকসকলক ব্যক্তিগত খণ্ডৰ কোনো কৰ্মচাৰী যদি ভাৰতীয়া হিচাপে আছে তেওঁলোকক মানৱীয় দৃষ্টিভংগীৰে কিছু সকাহ দিবলৈও আহ্বান জনায়অৱশ্যে চৰকাৰী কৰ্মচাৰীসকলে যিহেতু সম্পূৰ্ণ দৰমহা লাভ কৰিছে, তেওঁলোকক এই সুবিধা দিয়াৰ প্ৰয়োজন নাই বুলিও ড৹ শৰ্মাই উল্লেখ কৰে

     স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসম কেয়াৰ কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে বহিঃৰাজ্যত থকা অসমৰ প্ৰায় লাখ লোকক দুহাজাৰ টকাকৈ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰেঅহা ৩০ এপ্ৰিলৰ ভিতৰত লাখ লোকক এই ব্যৱস্থাৰ অধীনত দুহাজাৰ টকাকৈ প্ৰদান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, অহা মাহত এইলোকসকলক আৰু এহাজাৰ টকাকৈ প্ৰদান কৰা সেইদৰে কেন্সাৰ, কিডনী, হৃদৰোগ আদি গুৰুতৰ ৰোগৰ চিকিৎসা কৰিবলৈ গৈ বহিঃৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা ৮২৯ গৰাকী ব্যক্তিক ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1