মুখ্য বাতৰি
তুৰস্কৰ, ছিৰায়াৰ ভূমিকম্পত ১৩০০তকৈও অধিক লোক নিহত            কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ : অমিত শ্বাহ            আজিৰে পৰা গুৱাহাটীত ৱাই-টুৱেণ্টিৰ তিনিদিনীয়া সন্মিলন আৰম্ভ            ১৫ - ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ            ৪ খন নদীত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ খনন           

Apr 27, 2020
5:38PM

ভাৰাঘৰ, ব্যক্তিগত হোষ্টেল আৰু পেয়িং গেষ্টৰ ভাড়া ৫০ শতাংশ ৰেহাই দিবলৈ স্বাস্থ্যমন্ত্ৰীৰ আহ্বান

File Photo

গুৱাহাটী, ডিব্ৰুগড়কে ধৰি বিভিন্ন স্থানত ব্যক্তিগত হোষ্টেলত  থকা আৰু পেয়িং গেষ্ট হিচাপে থকা ছাত্ৰ-ছাত্ৰীসকলক এপ্ৰিল মাহৰ ঘৰভাৰা ৫০ শতাংশ ৰেহাই দিবলৈ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  পেয়িং গেষ্টৰ স্বত্বাধিকাৰীৰ প্ৰতি আহ্বান জনাইছেতেওঁ ভাৰাঘৰৰ মালিকসকলক ব্যক্তিগত খণ্ডৰ কোনো কৰ্মচাৰী যদি ভাৰতীয়া হিচাপে আছে তেওঁলোকক মানৱীয় দৃষ্টিভংগীৰে কিছু সকাহ দিবলৈও আহ্বান জনায়অৱশ্যে চৰকাৰী কৰ্মচাৰীসকলে যিহেতু সম্পূৰ্ণ দৰমহা লাভ কৰিছে, তেওঁলোকক এই সুবিধা দিয়াৰ প্ৰয়োজন নাই বুলিও ড৹ শৰ্মাই উল্লেখ কৰে

     স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসম কেয়াৰ কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে বহিঃৰাজ্যত থকা অসমৰ প্ৰায় লাখ লোকক দুহাজাৰ টকাকৈ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰেঅহা ৩০ এপ্ৰিলৰ ভিতৰত লাখ লোকক এই ব্যৱস্থাৰ অধীনত দুহাজাৰ টকাকৈ প্ৰদান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, অহা মাহত এইলোকসকলক আৰু এহাজাৰ টকাকৈ প্ৰদান কৰা সেইদৰে কেন্সাৰ, কিডনী, হৃদৰোগ আদি গুৰুতৰ ৰোগৰ চিকিৎসা কৰিবলৈ গৈ বহিঃৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা ৮২৯ গৰাকী ব্যক্তিক ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1