মুখ্য বাতৰি
চানডুবিত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অমৃত গছপুলি ৰোপণ কাৰ্যসূচী            ভূপালত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত            বৰপেটাৰ প্ৰিয়ম তালুকদাৰৰ ললিত কলা একাডেমী ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ            গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ দশম সৰ্বাধিক ব্যস্ত বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ            আৰ বি আইৰ দ্বিতীয়টো দ্বিমাসিক মুদ্রা নীতি ঘোষণা, ঘাই গাই সুদৰ হাৰ অপৰিৱৰ্তিত           

Feb 27, 2020
9:54AM

অসমত ৪০০ কোটি টকা বিনিয়োগ কৰিব পেপছিকো ইণ্ডিয়াই

twitter handle

অসমত চিপছতৈয়াৰৰ প্ৰকল্প স্থাপনৰ বাবে পেপছিকো ইণ্ডিয়া নামৰ কোম্পানীটোৱে ৪০০ কোটি টকাবিনিয়োগ কৰিব। কোম্পানীটোৰ এটা প্ৰতিনিধি দলে কালি দিছপুৰত জনতা ভৱনত উদ্যোগ আৰুবাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰে আৰু এই সম্বন্ধীয় এটা প্ৰস্তাৱদাখিল কৰে। এই প্ৰস্তাৱত কোম্পানীটোৱে কয় যে উদ্যোগ স্থাপনৰ লগতে কৃষকসকলৰ সহায়ৰবাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হব। উল্লেখযোগ্য যে পেপছিকো ইণ্ডিয়াই ১৩ খনৰাজ্যৰ ২৪ হাজাৰৰো অধিক কৃষকৰ সৈতে কাম কৰি আছে। উদ্যোগমন্ত্ৰী শ্ৰীপাটোৱাৰীয়েকোম্পানীটোক এই প্ৰকল্প স্থাপনত চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিব বুলি আশ্বাস দিয়ে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1