মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Feb 27, 2020
9:54AM

অসমত ৪০০ কোটি টকা বিনিয়োগ কৰিব পেপছিকো ইণ্ডিয়াই

twitter handle

অসমত চিপছতৈয়াৰৰ প্ৰকল্প স্থাপনৰ বাবে পেপছিকো ইণ্ডিয়া নামৰ কোম্পানীটোৱে ৪০০ কোটি টকাবিনিয়োগ কৰিব। কোম্পানীটোৰ এটা প্ৰতিনিধি দলে কালি দিছপুৰত জনতা ভৱনত উদ্যোগ আৰুবাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰে আৰু এই সম্বন্ধীয় এটা প্ৰস্তাৱদাখিল কৰে। এই প্ৰস্তাৱত কোম্পানীটোৱে কয় যে উদ্যোগ স্থাপনৰ লগতে কৃষকসকলৰ সহায়ৰবাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হব। উল্লেখযোগ্য যে পেপছিকো ইণ্ডিয়াই ১৩ খনৰাজ্যৰ ২৪ হাজাৰৰো অধিক কৃষকৰ সৈতে কাম কৰি আছে। উদ্যোগমন্ত্ৰী শ্ৰীপাটোৱাৰীয়েকোম্পানীটোক এই প্ৰকল্প স্থাপনত চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিব বুলি আশ্বাস দিয়ে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1