মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 17, 2020
10:04AM

গুৱহাটীত ২০১৯-২০ চনৰ মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণবিভাগৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত ভাৰতীয় প্ৰাধিকৰণ আঞ্চলিক কেন্দ্ৰৰ প্ৰাংগণত২০১৯-২০২০ চনৰ মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে গুৱাহাটীসমষ্টিৰ সাংসদ কুইন ওজাই কালি প্ৰতিযোগিতা উদ্বোধন কৰে কালি প্ৰথম দিনা ১০০ মিটাৰ দৌৰতনিবেদিতা বৰ্মণে স্বৰ্ণ পদক লাভ কৰেআনহাতে, ডিছকাছ থ্ৰ পূৰবী বুঢ়াগোহাইয়ে স্বৰ্ণ পদক লাভ কৰে

ইফালে, ৰাজ্যৰ নতুন প্ৰজন্মৰ মাজতক্ৰীড়া জনপ্ৰিয় কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ২০ ফেব্ৰুৱাৰীৰ পৰা গাঁও পঞ্চায়তক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হব২৩ৰ পৰা ২৬ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হব


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1