মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Feb 17, 2020
10:04AM

গুৱহাটীত ২০১৯-২০ চনৰ মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণবিভাগৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত ভাৰতীয় প্ৰাধিকৰণ আঞ্চলিক কেন্দ্ৰৰ প্ৰাংগণত২০১৯-২০২০ চনৰ মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে গুৱাহাটীসমষ্টিৰ সাংসদ কুইন ওজাই কালি প্ৰতিযোগিতা উদ্বোধন কৰে কালি প্ৰথম দিনা ১০০ মিটাৰ দৌৰতনিবেদিতা বৰ্মণে স্বৰ্ণ পদক লাভ কৰেআনহাতে, ডিছকাছ থ্ৰ পূৰবী বুঢ়াগোহাইয়ে স্বৰ্ণ পদক লাভ কৰে

ইফালে, ৰাজ্যৰ নতুন প্ৰজন্মৰ মাজতক্ৰীড়া জনপ্ৰিয় কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ২০ ফেব্ৰুৱাৰীৰ পৰা গাঁও পঞ্চায়তক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হব২৩ৰ পৰা ২৬ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হব


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1