মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jan 28, 2020
3:28PM

2020 চনৰ ভিতৰত কৃষকৰ আয় বৃদ্ধি

AIR
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কয় যে চৰকাৰে ২০২২ চনৰ ভিতৰত খেতিয়কসকলৰ আয় বৰ্তমানৰ দুগুণলৈ বৃদ্ধি কৰাৰ বাবে অহৰহভাৱে কাম কৰি আছে আৰু এই সন্দৰ্ভত প্ৰগতিমূলক ব্যাৱস্থা গ্ৰহণ কৰিছে। গুজৰাটৰ গান্ধী নগৰত আজি আয়োজিত তৃতীয বিশ্ব আলু অভিৱৰ্তনত ভাষণ দি শ্ৰী মোডীযে কয যে খেতিয়কসকলৰ একান্ত প্ৰচেষ্টা আৰু চৰকাৰ নীতিৰ ফলত বীজজাতীয় শস্য আৰু অন্য খাদ্য সামগ্ৰীৰ উতপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষৰ তিনিখন দেশৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হৈছে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1