মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jan 28, 2020
10:05AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড চৌহদত এন চি চিৰ ৰেলীক সম্বোধি ভাষণ দিব

প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড চৌহদত এন চি চিৰ ৰেলীক সম্বোধিভাষণ দিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অভিবাদন গ্ৰহণ কৰাৰ লগতে এন চি চিৰবিভিন্ন শাখাৰ কুচ-কাৱাজৰ নিৰীক্ষণ কৰিব। এন চি চিৰ কে়ডেটসকলে প্ৰধানমন্ত্ৰীৰসমুখত সাংস্কৃতিক অনুষ্ঠানৰ উপৰি খেল তথা অন্যান্য দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনকৰিব। শ্ৰীমোদীয়ে শ্ৰেষ্ঠ এন চি চি কেডেটসকলক বঁটা প্ৰদান কৰাৰ লগতে তেওঁলোককসম্বোধি ভাষণ দিব। উল্লেখযোগ্য যে প্ৰতি বছৰে শতাধিক এন চি চি কেডেটে নতুন দিল্লীতগণতন্ত্ৰ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা শিৱিৰত অংশগ্ৰহণ কৰে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1