মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jan 28, 2020
1:03PM

গুজৰাটৰ গান্ধীনগৰত তৃতীয় বিশ্ব আলু অভিৱৰ্তন

AIR

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত তৃতীয় বিশ্ব আলুঅভিৱৰ্তন ভিডিঅ কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰিব। এই চাৰিদিনীয়া অভিৱৰ্তনে,হিতাধিকাৰীসকলক আলুৰ ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু ভৱিষ্যত পৰিকল্পনাৰবিচাৰ-বিবেচনা কৰাৰ বাবে এটা মঞ্চ প্ৰদান কৰিব। এইটো হৈছে, এটা বিশেষ অনুষ্ঠান, যতদেশৰ বিভিন্ন হিতাধিকাৰীয়ে তেওঁলোকৰ জ্ঞান আৰু উদ্ভাৱনক বিকশিত কৰাৰ বাবে একসুবিধা লাভ কৰে। উল্লেখযোগ্য যে দেশৰ ভিতৰতে গুজৰাট হৈছে আলু উত্পাদনৰ ক্ষেত্ৰতনেতৃত্ব বহন কৰা এখন ৰাজ্য। এই অভিৱৰ্তনত নেডাৰলেণ্ডে অংশীদাৰ দেশ হিচাপে অংশলৈছে। এই অনুষ্ঠানত ১৪খন বিভিন্ন দেশৰ ১০০ গৰাকী বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণকৰিছে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1