A-
A
A+
সৰ্বশেষ :
Apr 1 2023 8:59PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ
          
খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ
          
স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ
          
শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক
          
গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক
          
Feb 02, 2023
,
6:53PM
এন ডি পি পিৰে সৈতে মিত্ৰতাৰে সিদ্ধান্ত বিজেপিৰ
AIR
বিজেপিয়ে নেশ্যনেল ডেমক্রেটিক প্রগ্রেচিভ পাৰ্টীক এন ডি পি পিৰে মিত্ৰতাৰে নাগালেণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। বিজেপিয়ে ৰাজ্যখনৰ ২০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এন ডি পি পিয়ে ৪০টা সমষ্টিত প্রার্থী থিয় কৰাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি টেমজেন ইন্না আলঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্রীয় কমিটীৰ বৈঠকত নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু এন ডি পি পিয়ে ২০-৪০ অনুপাতত আসন ভাগ-বাটোৱাৰৰ সূত্ৰৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দলে লগতে ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে।
বিজেপিয়ে লগতে মেঘালয় বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছে। দলে ৰাজ্যখনৰ ৬০টা সমষ্টিৰ আটাইকেইটাতে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। সংবাদমেলত দলৰ মুখপাত্র ঋতুৰাজ সিনহাই কয় যে জনসাধাৰণৰ আৱেগৰ কথা বিবেচনা কৰি প্ৰথমবাৰৰ বাবে বিজেপিৰ নেতৃত্বই মেঘালয়ত ৬০ খন আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। মেঘালয়ৰ জনসাধাৰণে দুর্নীতি আৰু উন্নয়নৰ মন্থৰ গতিক লৈ অসন্তুষ্ট হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1