A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Nov 29, 2022
,
7:04PM
ভাৰতৰ উত্থান, ভাৰতীয় প্ৰযুক্তিৰ উত্থানৰ সৈতে গভীৰভাৱে জড়িতঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ
PBNS_India
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতৰ উত্থান, ভাৰতীয় প্ৰযুক্তিৰ উত্থানৰ সৈতে গভীৰভাৱে জড়িত। নতুন দিল্লীত আজি গোলকীয় প্ৰযুক্তি সন্মিলনৰ সপ্তম সংস্কৰণত 'ভূ-ডিজিটেল আৰু ইয়াৰ প্ৰভাৱ’ সন্দৰ্ভত ভাষণ দি ড০ জয়শংকৰে এইদৰে কয়। বিদেশ মন্ত্ৰ্যালয় আৰু কনেৰ্গি ইণ্ডিয়াই যৌথভাৱে তিনিদিনীয়াকৈ ভূ-প্ৰযুক্তিবিদ্যা বিষয়ক ভাৰতৰ এই বাৰ্ষিক ধ্বজাবাহী সন্মিলনখনৰ আয়োজন কৰিছে। এই বছৰৰ এই সন্মিলনৰ বিষয় হৈছে প্ৰযুক্তি ভূ-ৰাজনীতি। ড০ জয়শংকৰে বৰ্তমানৰ ৰাজনীতি ভূ-ৰাজনীতিৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি কয় যে সন্মিলনৰ বাবে বাছনি কৰা বিষয়টো সময়োপযোগী হৈছে। বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰসমূহে প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সিদ্ধান্ত প্ৰস্তুত কৰিছে বুলিও মন্তব্য কৰে। আনহাতে, প্ৰযুক্তিৰ বিষয়ে কোনো অজ্ঞ হ’ব নোৱাৰে বুলি উল্লেখ কৰি শ্ৰীজয়শংকৰে কয় যে প্ৰযুক্তিত শক্তিশালী ৰাজনৈতিক অৰ্থ নিহিত হৈ আছে।
সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ, জাপান, নাইজেৰিয়া, ব্ৰাজিল, ভূটান আৰু ইউৰোপীয় সংঘকে ধৰি ভালেকেইখন দেশে অংশগ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৫ হাজাৰতকৈও অধিক অংশগ্ৰহণকাৰীয়ে সন্মিলনৰ বাবে নাম পঞ্জীয়ন কৰিছে।
আনুসংগিক বাতৰি
কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ কিৰ্গিস্তান, কাজাখাস্তান আৰু আৰ্মেনিয়ালৈ যাব বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰ
ইজৰাইলৰ বাণিজ্য সংঘ আৰু উদ্ভাৱনী প্ৰক্ৰিয়াৰে জড়িতসকলৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকৰে ভিয়েটনামৰ সংসদ নেচনেল এচেম্বলিৰ অধ্যক্ষ উঙ্ ইন হুৱে আৰু প্ৰতিনিধি দলক সাক্ষাৎ
কলম্বোত অনুষ্ঠিত অষ্টাদশ বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ
চৰকাৰৰ বৈদেশিক নীতিয়ে আস্থাপূৰ্ণ সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিছেঃ ড০ এছ জয়শংকৰ
গুৰুতৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ বাবে শ্ৰীলংকাক ভাৰতৰ ৩৮০ কোটি ডলাৰৰ সাহায্য প্ৰদান
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিৱেশনঃ নিউয়ৰ্কত উপস্থিত বিদেশ মন্ত্রী ডঃ এছ জয়শংকৰ
ইণ্ডোনেছিয়া, ইজিপ্ত, সংযুক্ত আমেৰি ৰাষ্ট্ৰ আৰু কিউবাৰ বিদেশমন্ত্ৰীসকলৰ সৈতে বৈঠক বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ
ইজিপ্তত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ
চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1