মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 26, 2022
6:40PM

লাচিত বৰফুকনৰ বিষয়ে ৰাইজৰ লিখন কাৰ্যসূচীৰ সময়সীমা আজি মাজ নিশা অন্ত পৰিব

AIR
লাচিত বৰফুকনৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজিত সেনা নায়কগৰাকীৰ বিষয়ে ৰাইজৰ লিখন কাৰ্যসূচীৰ সময়সীমা আজি মাজ নিশা অন্ত পৰিব। উল্লেখ্য যে অংশগ্ৰহণ কৰা লোকৰ সংখ্যাই এতিয়ালৈকে ৪০ লাখ ৬৫ হাজাৰ অতিক্ৰম কৰিছে। অংশগ্ৰহণকাৰীয়ে নিজৰ পচন্দ অনুসৰি যিকোনো ভাষাত লিখি আজি নিশা ১২ বজাৰ ভিতৰত অনলাইন বা অফলাইনযোগে জমা দিব পাৰিব। অংশগ্ৰহণকাৰীয়ে সংশ্লিষ্ট জিলা উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো লেখা জমা দিব পাৰিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1