A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Oct 16, 2022
,
6:57PM
ইজিপ্তত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ
newsonair.com
বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ইজিপ্তত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত-বিনিময় কৰে। ড০ জয়শংকৰে লগতে ৰাষ্ট্ৰৰ স্বাৰ্থ আগুৱাই নিয়া আৰু অঞ্চলটোত ভাৰতৰ ভাৱমূৰ্তি গঢ়ি তোলাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকক পৰম্পৰাগত শক্তিশালী সম্পৰ্কৰ অগ্ৰগতি আৰু বাণিজ্য আৰু বিনিয়োগ, যোগাযোগ, শিক্ষা, স্বাস্থ্য আৰু আন ভালেমান ক্ষেত্ৰত সৃষ্টি হোৱা নতুন সুযোগৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ভাৰতত চলি থকা আমোল পৰিৱৰ্তনৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ পূৰ্বে ড০ জয়শংকৰে কাইৰোত ইজিপ্তৰ বিদেশ মন্ত্রী ছামেহ ছৌকিক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক ঘটনাক্ৰমক লৈ আলোচনা কৰে আৰু ইউক্রেইনৰ সংঘাত তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰে। ড০ জয়শংকৰ সম্প্ৰতি শ্ৰীছৌকিৰ আমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্রমণসূচীৰে ইজিপ্তত আছে।
আনুসংগিক বাতৰি
কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ কিৰ্গিস্তান, কাজাখাস্তান আৰু আৰ্মেনিয়ালৈ যাব বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰ
ইজৰাইলৰ বাণিজ্য সংঘ আৰু উদ্ভাৱনী প্ৰক্ৰিয়াৰে জড়িতসকলৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকৰে ভিয়েটনামৰ সংসদ নেচনেল এচেম্বলিৰ অধ্যক্ষ উঙ্ ইন হুৱে আৰু প্ৰতিনিধি দলক সাক্ষাৎ
কলম্বোত অনুষ্ঠিত অষ্টাদশ বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ
চৰকাৰৰ বৈদেশিক নীতিয়ে আস্থাপূৰ্ণ সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিছেঃ ড০ এছ জয়শংকৰ
গুৰুতৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ বাবে শ্ৰীলংকাক ভাৰতৰ ৩৮০ কোটি ডলাৰৰ সাহায্য প্ৰদান
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিৱেশনঃ নিউয়ৰ্কত উপস্থিত বিদেশ মন্ত্রী ডঃ এছ জয়শংকৰ
ইণ্ডোনেছিয়া, ইজিপ্ত, সংযুক্ত আমেৰি ৰাষ্ট্ৰ আৰু কিউবাৰ বিদেশমন্ত্ৰীসকলৰ সৈতে বৈঠক বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ
চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ
ভাৰতৰ উত্থান, ভাৰতীয় প্ৰযুক্তিৰ উত্থানৰ সৈতে গভীৰভাৱে জড়িতঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1