মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:07PM

ৰাজধানী দিল্লীত আজি উৎসাহ উদ্দীপনাৰে দশেৰা উৎসৱ পালন

File Photo (PTI)
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি উৎসাহ উদ্দীপনাৰে দশেৰা উৎসৱ পালন কৰিবলৈ লোৱা হৈছে। সন্ধিয়াৰ ভাগত ৰাৱন, তেওঁৰ ভাতৃ কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি লালকিল্লা, আৰ.কে পুৰম আৰু দ্বাৰকাৰ লগতে বিভিন্ন স্থানত দাহ কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে ফায়াৰ ক্ৰেকাৰ ব্যৱহাৰ নকৰাকৈ এইবাৰ ৰাৱন দাহ কার্যসূচী সম্পন্ন হ’ব। দিল্লী চৰকাৰে প্ৰদূষণৰ বাবে অহা বছৰৰ জানুৱাৰীলৈকে সকলো ধৰণৰ ফায়াৰ ক্ৰেকাৰ জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। কেইবাখনো ৰামলীলা কিমিটিয়ে ফায়াৰ ক্ৰেকাৰ নজ্বলোৱাৰ সিদ্ধান্ত লৈছে যদিও উচ্চ প্ৰাৱল্যত বজোৱা শব্দ সম্পর্কে সিদ্ধান্ত নোলোৱাত শব্দ প্ৰদূষণৰ সৃষ্টি হ’ব।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1