মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 23, 2022
6:33PM

দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে পুৰ্ণীয়াত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

@BJP4Bihar
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে পুৰ্ণীয়াত উপস্থিত হয়। শ্ৰীশ্বাহে পুৰ্ণীয়া আৰু কিষাণগঞ্জত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বৰ জনতা দল ইউনাইটেডৰ বিজেপিৰ সৈতে মিত্ৰতা ছেদ হোৱাৰ পাছত এয়া অমিত শ্বাহৰ প্ৰথম বিহাৰ ভ্ৰমণ। গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৰ্ণীয়াৰ ৰংগভূমি মৈদানত এখন জনসভাত সম্বোধন কৰে। বিহাৰ বিজেপিৰ সভাপতি সঞ্জয় জয়ছোৱালে কৈছে যে ৰাজ্যখনৰ পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটৰ মাজত অমিত শ্বাহৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1