মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 23, 2022
6:32PM

দেশত বৰ্তমানলৈ ২১৭ কোটি ২৬ লাখতকৈও অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান

FILE PIC
ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত এতিয়ালৈ ২১৭ কোটি ২৬ লাখতকৈও অধিক পালি দিয়া হৈছে। শেহতীয়াকৈ ২৪ ঘণ্টাত ১৪ লাখ ৯১ হাজাৰতকৈ অধিক পালি দিয়া হয়। সম্প্ৰতি দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৭১ শতাংশ। কালিৰ দিনটোত ৬ হাজাৰ লোকে আৰোগ্য লাভ কৰে। ইয়াকে লৈ কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪ কোটি ৩৯ লাখ ৮৪ হাজাৰতকৈও অধিক হৈছেগৈ। যোৱা ২৪ ঘণ্টাত ৫ হাজাৰতকৈও অধিক লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। বৰ্তমান দেশত ৪৫ হাজাৰতকৈ অধিক চিকিৎসাধীন কোভিড ৰোগী আছে। এই হাৰ হৈছে ০.১০ শতাংশ। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1