মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Jul 24, 2022
7:58PM

বিশ্ব এথললেটিক্স চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক অভিনন্দন ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ

File Photo
ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আমেৰিকাৰ অৰেগনত চলি থকা বিশ্ব এথললেটিক্স চেম্পিয়নশ্বিপৰ জেভলিন থ্ৰ’ত ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে। শ্ৰীঠাকুৰে টুইটাৰ যোগে কয় যে, খেলুৱৈগৰাকীয়ে জয়ৰ ধাৰা অব্যাহত ৰাখিছে আৰু ৮৮.১৩ মিটাৰ দূৰত্বলৈ দলিয়াই পুৰুষৰ জেভলিন থ্ৰ’ত ৰূপৰ পদক জয় কৰাৰ লগতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ খেলুৱৈ তথা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1