A-
A
A+
সৰ্বশেষ :
Dec 2 2023 8:58PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী
          
স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন
          
কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু
          
COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী
          
ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি
          
May 04, 2022
,
6:27PM
বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ এখন অনানুষ্ঠানিক বৈঠকত মন্ত্ৰী অনুৰাগ ঠাকুৰৰ অংশগ্ৰহণ
File Photo
তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি বেংগালুৰুৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে এখন অনানুষ্ঠানিক বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বৈঠকত শেহতীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহৰ লগতে কৰ্ণাটক ফিল্ম চেম্বাৰ অব কমাৰ্ছৰ সদস্যসকলৰ সৈতে কালি হোৱা তেওঁৰ আলোচনাৰ বিষয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময়ৰ সময়ত সম্পাদকসকলে নিউজপ্ৰিণ্টৰ মূল্য, চৰকাৰী বিজ্ঞাপন, সামাজিক মাধ্যমত ভুৱা বাতৰিৰ প্ৰভাৱ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি থকা ইউিটউব চেনেলসমূহৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন আদি বিষয়সমূহ উল্লেখ কৰে। মন্ত্ৰী শ্ৰী ঠাকনুৰে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে উত্থাপন কৰা বিষয়সমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলি তেওঁলোকক নিশ্চয়তা প্ৰদান কৰে।
আনুসংগিক বাতৰি
নাম প্ৰত্যাহাৰ কৰাৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰা উচিত বুলি ক্ৰীড়া মন্ত্ৰীৰ মন্তব্য
হুমায়ুন সমাধিৰ চৌহদত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ চাফাই অভিযান
উত্তৰ-পূবৰ বাবে বাজেটত অভিলেখ পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছেঃ অনুৰাগ সিং ঠাকুৰ
সীমান্ত সুৰক্ষা বাহিনীৰ একাডেমিৰ সহকাৰী কমাণ্ডেণ্টৰ সমাৱৰ্তনত অনুৰাগ ঠাকুৰৰ অংশগ্ৰহণ
২ দিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদত উপস্থিত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ
'আজাদী কী অমৃত কহানিয়া’ নামৰ চুটি ভিডিঅ’ মুকলি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ
৪ দিনীয়া তেলেংগানা ভ্ৰমণসূচীৰে হায়দৰাবাদলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ
বিশ্ব এথলেটিকছত প্ৰদৰ্শন কৰা সাফল্যৰ বাবে নিৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু এলধ’ছ পলক অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ
বিশ্ব এথললেটিক্স চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক অভিনন্দন ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ
আৱকাৰী নীতি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত কেজৰিৱালৰ মৌনতাক লৈ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1