A-
A
A+
সৰ্বশেষ :
Sep 21 2023 9:36PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন, আলোচনা অব্যাহত
          
লোকসভাত চন্দ্রযান-৩ অভিযানৰ সফলতা আৰু মহাকাশত দেশৰ অন্যান্য সাফল্য সন্দৰ্ভত আলোচনা
          
মহিলা সংৰক্ষণ বিধেয়কখনে দেশৰ মহিলাসকলক নতুন শক্তি আৰু আত্মবিশ্বাস প্রদান কৰিবঃ প্ৰধানমন্ত্ৰী
          
মধ্যপ্ৰদেশত জি-টুৱেণ্টীৰ আন্তঃৰাষ্ট্ৰীয় আন্তঃগাঁথনি কাৰ্যকৰী গোটৰ চতুৰ্থখন বৈঠক আৰম্ভ
          
লোকসভা-বিধানসভাত মুঠ আসনৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ বিধেয়কত লোকসভাত অনুমোদন
          
Dec 17, 2021
,
7:01PM
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকৰে ভিয়েটনামৰ সংসদ নেচনেল এচেম্বলিৰ অধ্যক্ষ উঙ্ ইন হুৱে আৰু প্ৰতিনিধি দলক সাক্ষাৎ
File Photo
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকৰে ভিয়েটনামৰ সংসদ নেচনেল এচেম্বলিৰ অধ্যক্ষ উঙ্ ইন হুৱে আৰু তেওঁৰ লগতে অহা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। সাক্ষাতত তেওঁলোকে দুয়োখন দেশৰ মাজৰ যোগাযোগ, বাণিজ্য, শিক্ষা আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ আলোচনা কৰে। এটা টুইটত আজি ড০ জয়শংকৰে কয় যে, বিগত ৫ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পৰ্কই চকুত লগাকৈ বিস্তাৰ লাভ কৰিছে। তেওঁ কয় যে, অধ্যক্ষ গৰাকীৰ সৈতে তেওঁ বিভিন্ন আন্তৰ্জাতিক আৰু আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে কয় যে, দুয়োখন দেশৰ মাজত শক্তিশালী লক্ষ্য নিৰ্ধাৰণেৰে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ বাবেও তেওঁলোক সহমতত উপনীত হয়।
আনুসংগিক বাতৰি
কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ কিৰ্গিস্তান, কাজাখাস্তান আৰু আৰ্মেনিয়ালৈ যাব বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰ
ইজৰাইলৰ বাণিজ্য সংঘ আৰু উদ্ভাৱনী প্ৰক্ৰিয়াৰে জড়িতসকলৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক
কলম্বোত অনুষ্ঠিত অষ্টাদশ বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ
চৰকাৰৰ বৈদেশিক নীতিয়ে আস্থাপূৰ্ণ সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিছেঃ ড০ এছ জয়শংকৰ
গুৰুতৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ বাবে শ্ৰীলংকাক ভাৰতৰ ৩৮০ কোটি ডলাৰৰ সাহায্য প্ৰদান
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিৱেশনঃ নিউয়ৰ্কত উপস্থিত বিদেশ মন্ত্রী ডঃ এছ জয়শংকৰ
ইণ্ডোনেছিয়া, ইজিপ্ত, সংযুক্ত আমেৰি ৰাষ্ট্ৰ আৰু কিউবাৰ বিদেশমন্ত্ৰীসকলৰ সৈতে বৈঠক বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ
ইজিপ্তত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ
চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ
ভাৰতৰ উত্থান, ভাৰতীয় প্ৰযুক্তিৰ উত্থানৰ সৈতে গভীৰভাৱে জড়িতঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1