মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Dec 17, 2021
7:01PM

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকৰে ভিয়েটনামৰ সংসদ নেচনেল এচেম্বলিৰ অধ্যক্ষ উঙ্ ইন হুৱে আৰু প্ৰতিনিধি দলক সাক্ষাৎ

File Photo
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকৰে ভিয়েটনামৰ সংসদ নেচনেল এচেম্বলিৰ অধ্যক্ষ উঙ্ ইন হুৱে আৰু তেওঁৰ লগতে অহা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। সাক্ষাতত তেওঁলোকে দুয়োখন দেশৰ মাজৰ যোগাযোগ, বাণিজ্য, শিক্ষা আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ আলোচনা কৰে। এটা টুইটত আজি ড০ জয়শংকৰে কয় যে, বিগত ৫ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পৰ্কই চকুত লগাকৈ বিস্তাৰ লাভ কৰিছে। তেওঁ কয় যে, অধ্যক্ষ গৰাকীৰ সৈতে তেওঁ বিভিন্ন আন্তৰ্জাতিক আৰু আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে কয় যে, দুয়োখন দেশৰ মাজত শক্তিশালী লক্ষ্য নিৰ্ধাৰণেৰে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ বাবেও তেওঁলোক সহমতত উপনীত হয়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1