মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Oct 10, 2021
6:23PM

নাম প্ৰত্যাহাৰ কৰাৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰা উচিত বুলি ক্ৰীড়া মন্ত্ৰীৰ মন্তব্য

anurag thakur office
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে ক্ৰীড়া সংঘসমূহে কোনো বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰা উচিত। এছিয়ান গেমছত অধিক গুৰুত্ব প্ৰদানৰ উদ্দেশ্যে বাৰ্মিংহামত হ’বলগীয়া কমনৱেলথ গেমছৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ বাবে হকী ইণ্ডিয়াই সিদ্ধান্ত লোৱাৰ সময়তে শ্ৰীঠাকুৰে এইদৰে মন্তব্য কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীঠাকুৰে কয় যে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলটোৱে প্ৰকৃততে দেশক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে হকী ইণ্ডিয়াই বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে চৰকাৰ আৰু ক্ৰীড়া বিভাগৰ সৈতে আলোচনা কৰা উচিত আছিল।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1