মুখ্য বাতৰি
“বর্হিশক্তিয়ে ভাৰতলৈ অন্যায়ৰ দৃষ্টিৰে চাই ইয়াৰ যোগ্যৰ প্ৰত্যুত্তৰ দিয়া হ’ব”- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ            ৰাজধানী দিল্লীত আজি উৎসাহ উদ্দীপনাৰে দশেৰা উৎসৱ পালন            দশেৰা উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ জনসাধাৰণলৈ ওলগ            দেশৰ নাৰী শক্তিক সৱলীকৰণৰ বাবে ১৩০কোটি জনসাধাৰণৰ সমূহীয়া দায়বদ্ধতাক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ            হিমাচল প্ৰদেশৰ বিলাসপুৰত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ           

আঞ্চলিক বাতৰি

 

ৰাজ্যত কোৱিডৰ আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশলৈ বৃদ্ধি

ৰাজ্যত কোৱিডৰ আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশলৈ বৃদ্ধি
ৰাজ্যত এতিয়ালৈকে কোৱিড প্রতিষেধকৰ ৫ কোটি ৩৮ হাজাৰৰো অধিক পালি প্ৰদান কৰা হৈছে।

অহা ১৬ অক্টোবৰত অনুষ্ঠিত হ’ব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাতৰি সম্পাদক আৰু বাতৰি পৰিৱেশকৰ পৰীক্ষা

অহা ১৬ অক্টোবৰত অনুষ্ঠিত হ’ব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাতৰি সম্পাদক আৰু বাতৰি পৰিৱেশকৰ পৰীক্ষা
পৰীক্ষাৰ্থীসকলে এই সন্দৰ্ভত বিতং তথ্যৰ বাবে newsonair.gov.in আৰু prasharbharati.gov.in বেৱচাইট চাব পাৰে।

আজি বিজয়া দশমীঃ বিজয়া দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ

আজি বিজয়া দশমীঃ বিজয়া দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ
আজি প্রতিমা বিসৰ্জনৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় সাব্যস্ত কৰাৰ প্ৰতীক হিচাপে শ্ৰীশ্ৰীৰামচন্দ্ৰৰ বিজয় উৎসৱ, ৰাৱন দাহ পৰ্বৰো আয়োজন কৰা হৈছে।

ৰাজ্যজুৰি পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

ৰাজ্যজুৰি পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ
কোকৰাঝাৰ জিলাৰ ৰাসমেলা খেলপথাৰত দুদিনীয়াকৈ আয়োজিত মহোৎসৱ উপলক্ষে আজি ভকত-বৈষ্ণকসকলে নাম কীৰ্তন কৰে।

ৰাষ্ট্ৰীয় সংবাদ/বাতৰি

 

জম্মু-কাশ্মীৰৰ পৰা যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদক উৎখাট কৰাত গুৰুত্ব আৰোপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

জম্মু-কাশ্মীৰৰ পৰা যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদক উৎখাট কৰাত গুৰুত্ব আৰোপ গৃহমন্ত্ৰী অমিত শ্বাহৰ
শ্রীশ্বাহে কয় যে, কংগ্ৰেছ, নেচনেল কনফাৰেন্স আৰু পিপলছ ডেমক্রেটিক পাৰ্টী-পি ডি পিয়ে যোৱা ৭৫ বছৰত জম্মু-কাশ্মীৰক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল।

২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ঘোষণা

২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ঘোষণা
উল্লেখযোগ্য যে ৰসায়ন বিজ্ঞানৰ বাবে চলিত বৰ্ষৰ ন'বেল পুৰস্কাৰ আজি, সাহিত্যৰ বাবে কাইলৈ আৰু শান্তিৰ ক্ষেত্ৰত শুকুৰবাৰে এই বঁটা ঘোষণা কৰা হ'ব।

অসমকে ধৰি দেশৰ ১১৫টা স্থানৰ অনুসন্ধানত চাইবাৰ ক্রাইমেৰে জড়িত ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

অসমকে ধৰি দেশৰ ১১৫টা স্থানৰ অনুসন্ধানত চাইবাৰ ক্রাইমেৰে জড়িত ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ
১১টা গোচৰৰ আঁত ধৰি চি বি আইয়ে ১৬ খন ৰাজ্যৰ ৮৭টা স্থানত অভিযান চলোৱাৰ লগতে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে আন ২৮টা স্থানত অভিযান চলায়।

জন্মু-কাশ্মীৰৰ ছ’পিয়ান জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা পৃথক সংঘৰ্ষত ৪টা সন্ত্ৰাসবাদী নিহত

জন্মু-কাশ্মীৰৰ ছ’পিয়ান জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা পৃথক সংঘৰ্ষত ৪টা সন্ত্ৰাসবাদী নিহত
শেহতীয়াকৈ পোৱা বাতৰি মতে মুলু গাঁৱত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

অন্যান্য বা-বাতৰি

 

টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ঘৰুৱা দল ভাৰত ৪৯ ৰানত পৰাস্ত

টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ঘৰুৱা দল ভাৰত ৪৯ ৰানত পৰাস্ত
ভাৰতে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰানহে কৰিবলৈ সমৰ্থ হয়।

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত বৰ্তমানলৈকে ৫টা সোণ, ৫টা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে চতুৰ্দশ স্থানত অসম

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত বৰ্তমানলৈকে ৫টা সোণ, ৫টা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে চতুৰ্দশ স্থানত অসম
নাকত আঘাতৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়াত ভাগ লোৱাৰ ক্ষেত্ৰত অনিশ্চিয়তাত থকা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক চিকিৎসকে খেলত ভাগ লোৱাৰ বাবে সেউজ সংকেট প্রদান কৰিছে।

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত ছার্ভিছেজে মুঠ ৮২টা পদকেৰে পদক তালিকাৰ শীৰ্ষত

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত ছার্ভিছেজে মুঠ ৮২টা পদকেৰে পদক তালিকাৰ শীৰ্ষত
প্ৰতিযোগিতাত আজি অসমৰ অম্লান বৰগোঁহাইয়ে পুৰুষৰ ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰে। ইফালে মহিলাৰ ২০০ মিটাৰ দৌৰত অৰ্চনা সুচীন্দ্ৰনে সোণৰ পদক লাভ কৰাৰ বিপৰীতে অসমৰ হিমা দাসে ৰূপৰ পদক লাভ কৰে।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল
টছত জিকি ভাৰতে দক্ষিণ আফ্ৰিকাক বেটিং কৰাৰ আমন্ত্ৰণ জনায়।

অহা ৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাটোত ভাৰতৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলক জিৰণি দিয়া হৈছে

অহা ৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাটোত ভাৰতৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলক জিৰণি দিয়া হৈছে
অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত দলৰ জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হৈছে।

বাতৰি শুনক

  • Assamese-Assamese-1340-1350-Oct 06, 2022
  • Assamese-Assamese-0705-0715-Oct 06, 2022
  • Dibrugarh-Assamese-1800-Oct 05, 2022
  • Guwahati-Assamese-1845-Oct 05, 2022
  • Guwahati-Assamese-0850-Oct 06, 2022
  • Guwahati-Assamese-1715-Oct 05, 2022
  • Morning News 6 (Oct)
  • Midday News 6 (Oct)
  • News at Nine 5 (Oct)
  • Hourly 6 (Oct) (1300hrs)
  • समाचार प्रभात 6 (Oct)
  • दोपहर समाचार 6 (Oct)
  • समाचार संध्या 5 (Oct)
  • प्रति घंटा समाचार 6 (Oct) (1310hrs)
  • Khabarnama (Mor) 6 (Oct)
  • Khabrein(Day) 6 (Oct)
  • Khabrein(Eve) 5 (Oct)
  • Aaj Savere 6 (Oct)
  • Parikrama 5 (Oct)

  লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1

ফে’চবুক আপডেট