মুখ্য বাতৰি
১২ বছৰৰ তলৰ শিশুৰ যকৃৎ, বৃক্ক আৰু অস্থি মজ্জা সংৰোপণৰ ক্ষেত্ৰত সহযোগ আগবঢ়াব ৰাজ্য চৰকাৰে            ৰাজ্যৰ বিভিন্ন ঠাইত বান-খহনীয়াই লৈছে ভয়ংকৰ ৰূপ            শিক্ষা ব্যৱস্থাক পুনৰ গঠন কৰাই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল উদ্দেশ্যঃ ৰাষ্ট্ৰপতি            অক্সিজেন কঢ়িওৱা বাহনসমূহৰ বাধাহীন আহ-যাহ নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ গৃহ মন্ত্ৰ্যালয়ৰ            প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰাসংগিকতাৰ কথা এতিয়া সকলোৱে উপলব্ধি কৰিছেঃ মুখ্যমন্ত্ৰী           

আঞ্চলিক বাতৰি

 

স্বচ্ছ ভাৰত অভিযানক বিশেষ গুৰুত্ব মোদী চৰকাৰৰ

স্বচ্ছ ভাৰত অভিযানক বিশেষ গুৰুত্ব মোদী চৰকাৰৰ
বিগত ৬ বছৰত ৪,৩২৪ খন পৌৰ নিকায়ক মুকলি মলত্যাগ অভ্যাসমুক্ত ঘোষণা। গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৯৬ শতাংশ ৱাৰ্ডক অন্তৰ্ভুক্ত

ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা
২৪ ঘণ্টাত মৃতকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

কোভিড ৰোগীসকলক গৃহ আছুতীয়াকৰণ সন্দৰ্ভত অসম চৰকাৰৰ নিয়মাৱলী

কোভিড ৰোগীসকলক গৃহ আছুতীয়াকৰণ সন্দৰ্ভত অসম চৰকাৰৰ নিয়মাৱলী
অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰত থাকিবলৈ সিদ্ধান্ত লোৱা কোভিড ৰোগীসকলক গৃহ আছুতীয়াকৰণৰ নিয়মাৱলী সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনাইছে

আকাশবাণী গুৱাহাটীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙ

আকাশবাণী গুৱাহাটীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙ
আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক নতুন ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত কৰিব।

ৰাষ্ট্ৰীয় সংবাদ/বাতৰি

 

ৰাজ্যসভাত ৰে'ল মন্ত্ৰী পীয়ূষ গোৱেলৰ ঘোষণাঃ ৰে’লসেৱা পৰিচালনাৰ দ্বায়িত্ব কোনো ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পণ কৰা হোৱা নাই

ৰাজ্যসভাত ৰে'ল মন্ত্ৰী পীয়ূষ গোৱেলৰ ঘোষণাঃ ৰে’লসেৱা পৰিচালনাৰ দ্বায়িত্ব কোনো ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পণ কৰা হোৱা নাই
ৰে'লগাড়ী পৰিচালনা আৰু নিৰাপত্তা প্ৰমাণিকৰণৰ বিষয়সমূহ ভাৰতীয় ৰে’ল বিভাগৰ হাততেই থাকিব।

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস
আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস।

উদ্যোগীসকলক ভাৰতীয় ৰে’ল বিভাগক সহযোগিতা আগবঢ়াবলৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ আহ্বান

উদ্যোগীসকলক ভাৰতীয় ৰে’ল বিভাগক সহযোগিতা আগবঢ়াবলৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ আহ্বান
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিয়ুষ গোৱেলে পৰিবৰ্তনৰ যাত্ৰাৰ ক্ষেত্ৰত উদ্যোগীসকলক ভাৰতীয় ৰে’ল বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

কোৱিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত গণ মাধ্যমসমূহৰ ভূমিকাক প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ প্ৰশংসা

কোৱিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত গণ মাধ্যমসমূহৰ ভূমিকাক প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ প্ৰশংসা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত গণ মাধ্যমসমূহে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰিছে।

অন্যান্য বা-বাতৰি

 

ইউ এছ অ’পেন টেনিছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ চুমিত নাগালৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ইউ এছ অ’পেন টেনিছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ চুমিত নাগালৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ
ইউ এছ অ’পেন টেনিছ প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত এখন খেলত ভাৰতীয় খেলুৱৈ চুমিত নাগালে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সময় ৩০ চেপ্তেম্বৰলৈ বৃদ্ধি

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সময় ৩০ চেপ্তেম্বৰলৈ বৃদ্ধি
অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান চলাচলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ সময় ৩০ চেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে।

সত্যপাল মালিক মেঘালয়ৰ নতুন ৰাজ্যপাল নিযুক্ত

সত্যপাল মালিক মেঘালয়ৰ নতুন ৰাজ্যপাল নিযুক্ত
সত্যপাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে। ২০১৯ চনৰ অক্টোবৰত তেওঁক গোৱাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল।

লা লীগাৰ খিতাপ জয়ৰ দিশে ৰিয়েল মাদ্ৰিদ

লা লীগাৰ খিতাপ জয়ৰ দিশে ৰিয়েল মাদ্ৰিদ
ৰিয়েল মাদ্ৰিদে লা লীগাৰ চলিত ছিজনৰ প্ৰতিয়োগিতাখনৰ খিতাপ জয়ৰ দিশে অগ্ৰসৰ হৈছে।

খেলৰত্ন বঁটাৰ বাবে মনোনীত অসম কন্যা হিমা দাস

খেলৰত্ন বঁটাৰ বাবে মনোনীত অসম কন্যা হিমা দাস
দেশৰ শীৰ্ষ এথলিট তথা অসম কন্যা হিমা দাসক সন্মানীয় খেলৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। অসম চৰকাৰৰ ক্ৰীড়া বিভাগে যোৱা ৫ জুনতেই হিমা দাসৰ নাম খেলৰত্ন বঁটাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা বিবেচনাৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছে।

শ্বিলঙত ক’ৰ’ণা আক্ৰান্ত মহিলাই নিৰাপদে জন্ম দিলে সন্তান

শ্বিলঙত ক’ৰ’ণা আক্ৰান্ত মহিলাই নিৰাপদে জন্ম দিলে সন্তান
মেঘালয়ৰ ৰাজধানী শ্বিলঙত ক’ৰ’ণা আক্ৰান্ত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাই কালি সম্পূৰ্ণ নিৰাপদে এটি সন্তান জন্ম দিয়ে। শ্বিলঙত স্বাস্থ্যমন্ত্ৰী এল হকে কয় যে নেইমগ্ৰিমছত চিকিৎসাধীন ক’ৱিড-19 পজিটিভ মহিলাগৰাকীয়ে কালি জন্ম দিয়া সন্তানটো বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে।

বাতৰি শুনক

  • Marathi-Marathi-2115-2130-Sep 19, 2020
  • Marathi-Marathi-1330-1340-Sep 19, 2020
  • Marathi-Marathi-0920-0930-Sep 19, 2020
  • Aurangabad-Marathi-1800-Sep 19, 2020
  • Aurangabad-Marathi-0710-Sep 19, 2020
  • Aurangabad-Marathi-1300-Sep 19, 2020
  • Mumbai-Marathi-1500-Sep 19, 2020
  • Mumbai-Marathi-1900-Sep 19, 2020
  • Mumbai-Marathi-1700-Sep 19, 2020
  • Nagpur-Marathi-1845-Sep 19, 2020
  • Pune-Marathi-2041-Sep 19, 2020
  • Pune-Marathi-0710-Sep 19, 2020
  • Pune-Marathi-1010-SPL-Sep 19, 2020
  • Morning News 19 (Sep)
  • Midday News 19 (Sep)
  • News at Nine 19 (Sep)
  • Hourly 19 (Sep) (1910hrs)
  • समाचार प्रभात 19 (Sep)
  • दोपहर समाचार 19 (Sep)
  • समाचार संध्या 19 (Sep)
  • प्रति घंटा समाचार 19 (Sep) (2200hrs)
  • Khabarnama (Mor) 19 (Sep)
  • Khabrein(Day) 19 (Sep)
  • Khabrein(Eve) 19 (Sep)
  • Aaj Savere 19 (Sep)
  • Parikrama 19 (Sep)

  লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Sep 2020
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 38.0 28.0
মুম্বাই 30.0 25.0
চেন্নাই 33.6 27.7
কলকাতা 35.0 28.0
বাংগালুৰু 28.0 21.5

ফে’চবুক আপডেট